MODISAYS

Narendra Modi

X / TwitterPost 2108591959296332142
জনসাধাৰণৰ নিৰন্তৰ আশীৰ্বাদৰ বাবে তেওঁলোকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ! নগাঁও (অসম) লোকসভাৰ লগতে নন্দীগ্ৰাম আৰু ৰেজিনগৰৰ (পশ্চিমবংগ) বিধানসভাৰ ফলাফলে পুনৰ প্ৰমাণ কৰিলে যে বিজেপি-এনডিএৰ সুশাসনৰ লক্ষ্যৰ সৈতে ৰাইজ গভীৰভাৱে সংপৃক্ত। বিজয়ী বিজেপি প্ৰাৰ্থীসকললৈ মই অভিনন্দন জনাইছোঁ আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ কঠোৰ পৰিশ্ৰমৰো শলাগ লৈছোঁ। পুডুচেৰীৰ থাট্টানচাভাদীত বিজয় সাব্যস্ত কৰাৰ বাবে আমাৰ এনডিএৰ মিত্ৰদল এআইএনআৰচিকো অভিনন্দন জনাইছোঁ। জনকল্যাণৰ হকে নিৰন্তৰ কাম কৰি যাবলৈ আৰু এক উজ্জ্বল তথা সমৃদ্ধ ভৱিষ্যতৰ সপোন বাস্তৱায়িত কৰিবলৈ এই জনাদেশে আমাক অধিক শক্তি প্ৰদান কৰিব। @BJP4Assam @BJP4Bengal

Captured source text. Text source.

Original content from X / Twitter. If unavailable, open the original link below.

Open original ↗

Source IDs: nitter-public-timeline. Date precision: millisecond. Coverage details.

Copy link

Select and copy this post’s page URL.